গুৱাহাটীৰ মহেশ মটৰ্চত অল-নিউ জীপ®️ কম্পাছ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 September 2023

গুৱাহাটীৰ মহেশ মটৰ্চত অল-নিউ জীপ®️ কম্পাছ মুকলি


 


W7s news,,,,গুৱাহাটী, ২৭ ছেপ্টেম্বৰ:  ভাৰতত বৰ্ধিত বজাৰ  চাহিদা প্ৰতি লক্ষ্য ৰাখি জীপে লৈ আহিছে বঁটা বিজয়ী এটি পৰ্টফলিঅ কম্পাছ। ভেৰিয়েণ্ট লাইনআপৰ অধীনত স্বয়ংক্ৰিয় ট্ৰেন্সমিচন, পেনোৰামিক চানৰুফ আৰু অত্যাধুনিক সুবিধাৰ সৈতে গুৱাহাটীৰ মহেশ মটৰ্চত মুকলি কৰা হৈছে।গুৱাহাটীৰ আৰ জি বৰুৱা ৰোড শ্ব'ৰূমত শাহিল  আগৰৱাল, য়ামন আগৰৱাল, ধ্ৰুৱ আগৰৱাল আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত মোহিত আগৱালে অল-নিউ জীপ®️ কম্পাছ  উন্মোচন কৰে। আগৰৱালে কয় যে বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত ব্ৰেণ্ড জীপৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত। জীপ ব্ৰেণ্ডটোৱে সৰ্বশ্ৰেষ্ঠ বৈশিষ্ট্যৰ সৈতে বিগত সাত বছৰ ধৰি গুৱাহাটীৰ কাম্পাছে চি এছ ইউ ভি শাখাটো নেতৃত্ব প্ৰদান কৰি আহিছে।৪×২ ৯এ টিৰ সৈতে সৰ্ব-নতুন কম্পাছে গুৱাহাটীৰ গ্ৰাহকসকলৰ আকাংক্ষা পূৰণ কৰিবলৈ জীপ বাহন যোগান ধৰিছে আৰু নূন্যতম মূল্যত উৎকৃষ্ট সেৱা প্ৰদান কৰি আহিছে। নতুন পৰিসৰৰ সৈতে গুৱাহাটীৰ গ্ৰাহকসকলৰ বাবে পছন্দৰ এছ ইউ ভি আগবঢ়োৱা হৈছে। অসম তথা সমগ্র  উত্তৰ-পূৰ্বাঞ্চলত জীপ ভাৰতৰ এক  গুৰুত্বপূৰ্ণ বজাৰ আছে। ৰাষ্ট্ৰীয় পৰ্যায়ত বিক্ৰীৰ সমান্তৰাল কৈ গুৱাহাটী শেহতীয়াকৈ  জীপৰ মুখ্য বজাৰ হিচাপে বিবেচিত হৈছে। 

 আগৰৱালে লগতে কয় যে সকলো পাৱাৰট্ৰেইনৰ সৈতে ২০২৪ কম্পাছৰ বাবে গুৱাহাটীৰ মহেশ মটৰ্চত  বুকিং কৰিব পাৰিব আৰু জীপ ইণ্ডিয়া ৱেবছাইট jeep-india.com মুকলি কৰা হৈছে। গাড়ীখনৰ মূল্য ২০.৪৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে আৰু স্বয়ংক্ৰিয় পৰিসৰ ২৩.৯৯ লাখ টকাৰ পৰা আৰম্ভ হ'ব। সংশোধিত জীপ লাইনআপে কম্পাছৰ এ টি অধিক সুলভ কৰি তোলে।  নতুন জীপ®️ কম্পাছ নাইন-স্পীড এ টি ডিজেল এক্সক্লুশ্বিপ ভাবে উন্নত কৰি ভাৰতত মুকলি কৰা হৈছে।

নতুন জীপ কম্পাছ ৫ টা ভেৰিয়েণ্টত আৰু ৭টা ৰঙত উপলব্ধ হৈছে।লগতে ৩টা পাৱাৰট্ৰেইন ৪×২ এ টি, ৪×৪ এ টি আৰু ৪×২ এম টিত উপলব্ধ হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here