গুৱাহাটীৰ চিটি চেণ্টাৰ মলত এক্সক্লুছিভ আইফোন ১৫ চিৰিজৰ প্ৰি বুকিং ইভেণ্ট আইডেষ্টিনিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 September 2023

গুৱাহাটীৰ চিটি চেণ্টাৰ মলত এক্সক্লুছিভ আইফোন ১৫ চিৰিজৰ প্ৰি বুকিং ইভেণ্ট আইডেষ্টিনিৰ


 

W7s news,,,,গুৱাহাটী, ১৫ ছেপ্টেম্বৰ 2023: গুৱাহাটীৰ  এপল প্ৰিমিয়াম  আইডেষ্টিনিয়ে অতি প্ৰত্যাশিত আইফোন ১৫ চিৰিজৰ এক্সক্লুশ্বিভ প্ৰি-বুকিং অফাৰ ঘোষণা কৰিছে।গুৱাহাটীৰ চিটি চেণ্টাৰ মলৰ প্ৰথম মহলাত এই প্ৰি-বুকিং অফাৰৰ ব্যৱস্থা কৰা হৈছে।কিন্তু ইয়াৰ মাজতে গ্ৰাহকৰ বাবে আছে এটা ভাল খবৰ।প্ৰি-বুকিং কৰা গ্ৰাহক সকলৰ ভিতৰৰ পৰা এজন ভাগ্যৱান গ্ৰাহকে আইফোন ১৫ চিৰিজৰ জিকাৰ সুযোগ লাভ কৰিব।প্ৰি-বুকিং ২১ ছেপ্টেম্বৰলৈকে মুকলি থাকিব।২২ ছেপ্টেম্বৰৰ পৰা শ্ব'ৰূম সমূহত বিশেষ আকৰ্ষণ হব  আইফোন ১৫ চিৰিজে।কেৱল এয়াই নহয় আইফোন ১৫ চিৰিজৰ উপৰিও আইডেষ্টিনিয়ে এপল ৱাচ চিৰিজ৯ আৰু এপল ৱাচ আল্ট্ৰা ২ মুকলি কৰাৰ কথা ঘোষণা কৰে। এই দুয়োটা চিৰিজ প্ৰিবুকিংৰ বাবে উপলব্ধ।    আইডেষ্টিনি গুৱাহাটীৰ একমাত্ৰ এপল প্ৰিমিয়ামৰ অংশীদাৰ।গুৱাহাটীৰ শিলপুখুৰীত এপল কৰ্তৃত্বপ্ৰাপ্ত সেৱা কেন্দ্ৰ থকাৰ লগতে চিটি চেণ্টাৰ মল আৰু দিছপুৰত দুটা ষ্ট'ৰ মুকলি কৰা হৈছে।গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ই এম আই, বিনিময়ৰ সুবিধা উপলব্ধ আছে।আইডেষ্টিনি গুৱাহাটীৰ নাগৰিকসকলৰ বাবে এক প্ৰিয় গন্তব্য স্থান হৈ পৰিছে বুলি আইডেষ্টিনি  এপল প্ৰিমিয়ামৰ সঞ্চালক বিজয় দুগাৰে উল্লেখ কৰে।আইডেষ্টিনি গুৱাহাটীৰ একমাত্ৰ এপল প্ৰিমিয়াম অংশীদাৰ হিচাপে থিয় হৈছে, যি এপল সামগ্ৰী আৰু আনুষঙ্গিক সামগ্ৰীৰ এক বিস্তৃত ভাণ্ডাৰ আছে। উৎকৃষ্টতা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি দায়বদ্ধ, আইডেষ্টিনি প্ৰিমিয়াম সেৱা কেন্দ্ৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here