ফাৰ্নিচাৰ আইডিয়াছ'এক্সক্লুছিভ শ্ব'ৰূম মুকলি অভিনেত্ৰী প্ৰীতি কংগানাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 27 August 2023

ফাৰ্নিচাৰ আইডিয়াছ'এক্সক্লুছিভ শ্ব'ৰূম মুকলি অভিনেত্ৰী প্ৰীতি কংগানাৰ


 

W7s news,,,,গুৱাহাটী: দেওবাৰে গুৱাহাটী বেলতলাৰ লালমাটিত প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী প্ৰীতি কংগানাই "ফাৰ্নিচাৰ আইডিয়াছ" নামৰ এটা এক্সক্লুছিভ শ্ব'ৰূম মুকলি কৰে। উক্ত উদ্ভধনী অনুষ্ঠানত শ্ব'ৰূমৰ মুৰব্বী  ৰাজকুমাৰ পাটোড়ি, সৌৰভ পাটোড়ি, সুভম পাটোড়ি, মনোজ পাটোড়িৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানটোত বক্তব্য ৰাখি মুখ্য অতিথি অভিনেত্ৰী প্ৰীতি কংগানাই কয় যে এই শ্ব'ৰুমটো মুকলি হোৱাৰ লগে লগে গৃহ আৰু কাৰ্যালয়ৰ সকলো আজবাব এটা ছাদৰ তলত লাভ কৰিবলৈ সক্ষম হ'ব।এই উপলক্ষে শ্ব'ৰূমৰ মুৰব্বী  পাটোড়িয়ে কয় যে ভিহাছ ফাৰ্নিচাৰ, ছলিড উড, ডেকো ৱেল, ৱেলস্পন, স্পেচউড আৰু আন বহুতো প্ৰসিদ্ধ ব্ৰেণ্ডৰ আচবাব ইয়াত উপলব্ধ। এই ব্ৰেণ্ডবোৰৰ ভিতৰত বেড ৰুম, লিভিং ৰুম, ডাইনিং ৰুম, কিচেনৰ আচবাবৰ লগতে চোফা, বিচনা, ৱাৰ্ডৰোব, ড্ৰেচাৰ, অধ্যয়ন ফাৰ্নিচিং, সজ্জা আদি বিভিন্ন আচবাব শ্ব'ৰূমটোত উপলব্ধ হৈছে।আনহাতে গৃহ, কাৰ্যালয়, বিদ্যালয়, চিকিৎসালয়ৰ সৈতে সম্পৰ্কিত বিভিন্ন প্ৰকাৰ আচবাব উপলব্ধ কৰা হৈছে। তেওঁ লগতে কয় যে গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি অনুকূলিত আচবাবৰ সেৱাও আমাৰ শ্ব'ৰূমত উপলব্ধ। তেওঁ আশা কৰে যে এই শ্ব'ৰুমটো মুকলি হোৱাৰ লগে লগে কেৱল অসমবাসীয়ে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে কম দামত উন্নত আৰু বিলাসী আচবাব লাভ কৰিব

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here