নাৰী উন্নয়ন কেন্দ্ৰৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 June 2023

নাৰী উন্নয়ন কেন্দ্ৰৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন


 


W7s news গুৱাহাটী: গুৱাহাটীৰ খাৰঘুলীৰ জুয়পুৰত থকা  নাৰী উন্নয়ন কেন্দ্ৰৰ (ডব্লিউ ডি চি) উদ্যোগত গুৱাহাটীৰ উজানবজাৰস্থিত চানৰাইজ ক্লাবত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে নাৰী উন্নয়ন কেন্দ্ৰৰ লগত জড়িত থকা কেইবাটাও অঞ্চল ক্ৰমে উজানবজাৰ, চলাপাৰা, ৰেলৱে কলনীৰ কালিবাৰী, বামুনীমৈদামৰ পূব ভাস্কৰ নগৰ আদিত সজাগতা শিবিৰ,চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আদি সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here