ডাৰ্কৰুম আৰু এন.ই.ই.এ.আই.ডি.-ৰ সহযোগত জে.কে. পেপাৰৰ "মোৰ ছুপাৰমমলৈ চিঠি" শীৰ্ষক অভিযান আৰম্ভ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 16 May 2023

demo-image

ডাৰ্কৰুম আৰু এন.ই.ই.এ.আই.ডি.-ৰ সহযোগত জে.কে. পেপাৰৰ "মোৰ ছুপাৰমমলৈ চিঠি" শীৰ্ষক অভিযান আৰম্ভ

Responsive Ads Here

IMG-20230516-WA0046

 


W7s news,,,গুৱাহাটী, ': আন্তৰ্জাতিক মাতৃ দিৱস উপলক্ষে জে কে পেপাৰ লিমিটেডৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ এক আগশাৰীৰ স্বেচ্ছাসেৱী এন.ই.আই.এ.ডি.-য়ে নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাৰ ১৫০ খনতকৈও অধিক প্ৰাথমিক আৰু মাধ্যমিক চৰকাৰী বিদ্যালয়ত "মোৰ চুপাৰমমলৈ চিঠি" শীৰ্ষক এক বৃহৎ প্ৰচাৰাভিযান আৰম্ভ কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলে হৃদয়ৰ আবেগ ঢালি লিখা পত্ৰৰ জৰিয়তে মাতৃসকলক তেওঁলোকৰ অতুলনীয় ত্যাগ আৰু চৰ্তহীন প্ৰেমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা। সপ্তাহজোৰা সহযোগিতামূলক অনুষ্ঠানটো ১৫ মে'ত "মোৰ চুপাৰমমলৈ চিঠি" শীৰ্ষক বিষয়বস্তুৰে আৰম্ভ হৈছিল যাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত কৃতজ্ঞতাৰ ভাৱ বৃদ্ধি কৰা আৰু ৫০০ তকৈও অধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে মাতৃসকলৰ অক্লান্ত প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ গুৰুত্ব প্ৰচাৰ কৰা।জে.কে. পেপাৰ লিমিটেড আৰু সংশ্লিষ্ট জিলা সমগ্ৰ শিক্ষা অসম কাৰ্যালয়ৰ সহযোগত এন.ই.আই.এ.ডি.-য়ে ১৩০০০ৰো অধিক শিক্ষাৰ্থীৰ কাষ চপাৰ লক্ষ্যেৰে অংশগ্ৰহণকাৰী বিদ্যালয়সমূহক প্ৰয়োজনীয় সম্পদ আৰু সমৰ্থন প্ৰদান কৰি অভিযানটো সুচাৰুৰূপে সম্পাদন হোৱাটো নিশ্চিত কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *