গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সমন্বয়ৰ দশম বৰ্ষৰ মুকলি বিহু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 14 May 2023

গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সমন্বয়ৰ দশম বৰ্ষৰ মুকলি বিহু

 


W7s news গুৱাহাটী:  গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত দেওবাৰে উদযাপন কৰা হ'ল সমন্বয়ৰ দশম বৰ্ষৰ   মুকলি বিহু। সদা ব্যস্ত সাংবাদিক,সংবাদকৰ্মীৰ বাবে আয়োজন কৰা এই অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়। সুধাকন্ঠ প্ৰয়াত ড০ ভূপেন হাজৰিকা আৰু ৰাধাগোবিন্দ বৰুৱাৰ জ্যেষ্ঠ সাংবাদিক প্ৰাণজিত শইকীয়া আৰু জেষ্ঠ সাংবাদিক দিলীপ মহন্তই। মুকলি বিহুৰ দশম বৰ্ষ উপলক্ষে উত্তোলন কৰা হয় ১০ খন পতাকা। এই উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।


অনুষ্ঠানত ৬০ ৰ উৰ্দ্ধৰ ১০ গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here