পূব-গুৱাহাটী বিহু সন্মিলনৰ সম্বন্ধয়ৰ বার্তাৰে সমূহীয়া ইফতাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 April 2023

পূব-গুৱাহাটী বিহু সন্মিলনৰ সম্বন্ধয়ৰ বার্তাৰে সমূহীয়া ইফতাৰ

 




W7s news গুৱাহাটী: গুৱাহাটীৰ চানমাৰিৰ পূব-গুৱাহাটী বিহু সন্মিলনে ৰমজান মাহ উপলক্ষে সন্মিলনৰ ইছলাম ধৰ্মাৱলম্বী সদস্যসকল, শুভকাংশীসকলকলৈ সম্বন্ধয়ৰ বার্তাৰে সমূহীয়া ইফতাৰৰ আয়োজন কৰে। মঙলবাৰে সন্ধিয়া ৫:০০ বজাত বিহুৰ কাৰ্যালয়ত আয়োজন কৰা ইফটাৰ পাৰ্টিৰত৷পূব-গুৱাহাটী বিহু সন্মিলনৰ প্ৰধান উপদেষ্টা ৰঞ্জন বৰা,সভাপতি বিপুল তালুকদাৰ,সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াৰ লগতে সন্মিলনৰ বিষয়ববীয়া, শুভাকংশীসকল উপস্থিত থাকে। সকলোৱে দেশৰ দহৰ সংগলৰ বাবে সমূহীয়াভাৱে দোৱা কৰে। উল্লেখ‍্য, পূব-গুৱাহাটী বিহু সন্মিলনে এইবাৰ ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬২ সংখ্যক বিহু সমাৰোহৰ আয়োজন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here