লুমিনাছ পাৱাৰ টেকন'লজিৰ আইকন আৰু হাইকে পাচিটি ইনভাৰ্টাৰ শৃংখল মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 April 2023

লুমিনাছ পাৱাৰ টেকন'লজিৰ আইকন আৰু হাইকে পাচিটি ইনভাৰ্টাৰ শৃংখল মুকলি

 


W7s news গুৱাহাটী: পাৱাৰ বেকআপ আৰু আবাসিক ছ'লাৰ খণ্ডত এক বিশ্বাসযোগ্য ব্ৰেণ্ড হিচাপে পৰিচিত লুমিনাচ পাৱাৰ টেকন'লজিছে সমাগত গ্রীষ্মৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰিছে অত্যাধুনিক আৰু দূৰদৰ্শী প্রযুক্তিসম্পন্ন সামগ্রীৰ শৃংখল। গ্রাহক স্মার্ট, সুৰক্ষিত, শক্তিবাহিকাৰক আৰু বহনক্ষম সামগ্ৰীৰ প্রতিশ্রুতিৰ অংশ হিচাপে এই শৃংখল মুকলি কৰিছে প্রতিষ্ঠানটোৱে। বৃহস্পতিবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত এইদৰে কয় লুমিনা পাৱাৰ টেকন'লজিৰ চেনেল ছেলছ  শাখাৰ মুৰব্বী অৰুণ তিৱাৰীয়ে। সংবাদ মেলত লুমিনাছ পাৱাৰ টেকন'লজিৰ জ্যেষ্ঠ উপাধ্যক্ষ  নীলিমা বুৰাই কম এইবাৰৰ আই পি এলত লুমিনাছে ৰাজস্থান ৰয়েলছ দলৰ টাইটেল স্প'নচৰ হিচাপে চুক্তিবদ্ধ হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। বিগতযোৱা ৩ বছ ধৰি নাহে পাৱাৰ বেকআপ সমাধান প্রদানের ক্ষেত্রত গ্ৰহণ কৰি আহিছে। আমি আমাৰ প্ৰযুক্তিসমৃদ্ধ সামগ্ৰীৰ জৰিয়তে এশ নিযুততকেও ঘৰত পোহৰ যোগোৱাল লগতে আনন্দিত কৰিবলৈ সক্ষম হৈছো। এইবাৰো আমি আগবঢ়াইছো আমাৰ পাৱাৰ বেকআপৰ অত্যাধুনিক সামগ্রী সেয়া হৈছে — আইকন বেঞ্জ আৰু হাইকেপাটিটি ইনভাটাৰ বেছ। মূলত আবাসিক আৰু বাণিজ্যিক শাখাৰ চাহিদা পূৰণৰ প্ৰতি লক্ষ্য ৰাখিনেই এই সামগ্ৰীসমূহ মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে আইকনা হৈছে ভাৰতৰ প্রিমিয়াম শাখাৰ প্রথম আল্ট্রা মডার্ন লুকযুক্ত ইনভার্টাৰ, য'ত আছে সুৰক্ষা আৰু নিৰ্ভৰযোগ‍্য তাৰ বিভিন্ন বৈশিষ্ট্য। পার্টেবল, কম শব্দ সৃষ্টিকাৰ আৰু অবস্থানীয় ডিজাইনৰ এই ইনভার্টাৰ লিভিং নামৰ বাবেও বিশেষভাবে উপযোগী। শক্তিশালী বেটাৰি বেকআপৰ বাবে এই ইনভার্টাৰ আৰু বি এইচ কে ঘৰ আদিতো হাৰ কৰিব পৰা যাব। বাণিজ্যিক ব্যবহাৰকাৰীসকলৰ বাবে প্রযুক্তিৰ বাৰে এক চমৎকাৰ হ'ব বুলিও তেওঁ উল্লেখ কৰে। এই ইনভার্টাৰসমূহ কার্যালয়, বেংক, ডেন্টেটে ক্লিনিক, শিক্ষা প্রতিষ্ঠান, ৰেস্টুৰেন্ট, চেলুন, পার্লাৰ আদিতো ব্যবহাৰ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। ৯০০ ভি এ ৰেটিঙৰ আইকন আনহাতে ১৪০০ ভিতৰত ইনভা এম তাৰ হাইকে পাটিটি ইনভাটাৰৰ মূল্য হবে ১২,০০০ টকা আৰু ২০ কে ভি এ ক্ষমতাৰ এ ইনভার্টাৰ মূল্য হ'ব ৮৫,০০০ টকা। সংবাদমেলত এইদৰে কয় লুমিনা পাৱাৰ টেকন'লজিৰ চেনেল ছেলছ  শাখাৰ মুৰব্বী অৰুণ তিৱাৰীয়ে। সংবাদ মেলত লুমিনাছ পাৱাৰ টেকন'লজিৰ জ্যেষ্ঠ উপাধ্যক্ষ  নীলিমা বুৰাই কম এইবাৰৰ আই পি এলত লুমিনাছে ৰাজস্থান ৰয়েলছ দলৰ টাইটেল স্প'নচৰ হিচাপে চুক্তিবদ্ধ হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here