গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূজাস্হান সমিতিৰ মুকলি বিহু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 15 April 2023

গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূজাস্হান সমিতিৰ মুকলি বিহু

 



W7s news গুৱাহাটী:গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূজাস্হান সমিতিৰ মুকলি বিহুত শুকুৰবাৰে পুৱা পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি স্বপন পালে। তাৰপাছত সমবেত সংগীত পৰিবেশন কৰে নিবেদিতা ডেন্সস্কুলৰ সংগীবৃন্দয় ৷লগতে স্বানীয় শিশুশিল্পী সকলৰ বিহুনৃত্য জনপ্ৰিয় শিশু শিল্পী আশ্বাস আয়ুশমান মনমিতা ভৰদ্ধাজ, তুলিকা শৰ্মা, ঝীচিতা বৰ্ণা শইকীয়া, এঞ্জেলিনাই  বিহু হুচৰী আৰু নিবেদিতা ডেন্সস্কুলৰ শিশুশিল্পী সকলে অনুষ্ঠান পৰিবেশন কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here