পূব- গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 4 April 2023

পূব- গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা




W7s news গুৱাহাটী :৬২ সংখ্যক সমাৰোহৰ প্ৰাকমুহুৰ্তত পূব- গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত ভাৰত কলা ৰত্ন বঁটা প্ৰাপক আৰু বিহু সম্রাজ্ঞী ড্ৰিমলী গগৈৰ পৰিচালনাত ১২ দিনীয়া কাৰ্যসূচীৰে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আৰম্ভ হৈছে। গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ২৯ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাৰ  ৯ এপ্ৰিলত সামৰণি পৰিব। এই কৰ্মশালা প্ৰতিদিনে  সন্ধিয়া ৪ বজাৰ পৰা ৬.০০ বজালৈ  অনুষ্ঠিত কৰা হৈছে। কৰ্মশালাত প্ৰায় ছয় শতাধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here