*নতুন অসমীয়া ছবি "ৰাজনীতি- পাৰ্ট-১"ৰ টীজাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 13 November 2022

*নতুন অসমীয়া ছবি "ৰাজনীতি- পাৰ্ট-১"ৰ টীজাৰ মুকলি

 


*


W7s news গুৱাহাটী,: নেক্সষ্টাৰ ষ্টুডিঅ'জ আৰু ৰামধেনু পিক্‌চাৰ্ছ প্ৰডাক্‌শ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া ছবি "ৰাজনীতি- পাৰ্ট-১"ৰ টীজাৰ শনিবাৰে ছ'চিয়েল মিডিয়াযোগে মুকলি কৰা হয়। মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত ছবিখনত জুবিন গাৰ্গ, তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ চিত্ৰনাট্য অভিজিৎ ভট্টাচাৰ্যৰ। অহা ১৮ নৱেম্বৰত যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হ'ব। ২৩ ডিচেম্বৰত ছবিখনে সমগ্ৰ অসমৰ ছবিগৃহ সমূহত মুক্তিলাভ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here