ৰেডিচন ব্লুত ফ্ৰুইট মিক্সিঙ উৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 October 2022

ৰেডিচন ব্লুত ফ্ৰুইট মিক্সিঙ উৎসৱ

 




W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত হোটেলত  আগন্তক বৰদিন উপলক্ষে শনিবাৰে অনুষ্ঠিত হয়  “ফ্রুইট মিক্সিং উৎসৱ'। এই সন্দৰ্ভত ৰেডিচন ব্লুৰ মহা প্ৰবন্ধক বিশাল জামুৱাৰে কয়   খ্রীষ্টমাছ পুডিং, উৎপন্ন হৈছিল ইংলেণ্ডত যাক প্লাম পুডিং বুলিও কোৱা হয় । ইয়াক পৰম্পৰাগতভাৱে খ্ৰীষ্টমাছৰ পাঁচ সপ্তাহ আগতে, এডভেণ্টৰ আগৰ দেওবাৰে বা তাৰ পিছত আৰম্ভ হয় । যোৱা বছৰসমূহত, " ফ্রুইট মিক্সিং" এক ৰীতি-নীতিত পৰিণত হৈছে আৰু এনে উপলক্ষৰ স্মৃতি সকলোৱে যুগমীয়া কৰি ৰাখিবলৈ আগবাঢ়ি আহে। অনুষ্ঠানত ৰেডিচন ব্লুৰ সঞ্চালক ( ই এ এম ) বিকাশ বাৰ্মা , সঞ্চালক ( বিক্ৰয় ) ৰেকিবুৰ ৰহমানকে ধৰি কেবাগৰাকী কাৰ্যবাহী উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here