জু-ৰোড শ্বপিং কৰ্ণাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 9 October 2022

জু-ৰোড শ্বপিং কৰ্ণাৰ মুকলি

 



W7s news গুৱাহাটী : গুৱাহাটীৰ জু-ৰোডৰ শনিবাৰে এখন শ্ব


পিং কৰ্ণাৰ মুকলি কৰা হয়। 'জু-ৰোড শ্বপিং কৰ্ণাৰ' নামৰ বিপনীখন মুকলি কৰে মনালী জৈনে। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গুৱাহাটীৰ জু-ৰোডৰ ডলী ভৱনত মুকলি কৰা এই বিপনীখনত দৈনিক প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী উপলদ্ধ হৈছে। ইতিমধ্যে তেওঁলোকৰ শিলপুখুৰী শ্বপিং কৰ্ণাৰ আৰু ৰাজগড়  শ্বপিং কৰ্ণাৰ নামৰ দুখন শ্বপিং কৰ্ণাৰ আছে। তৃতীয়খন জু-ৰোড শ্বপিং কৰ্ণাৰখন তেওঁলোকৰ তৃতীয়খন শ্বপিং কৰ্ণাৰ। উল্লেখ্য, এই শ্বপিং কৰ্ণাৰ কেইখনৰ ফ্ৰী ডেলিভাৰীৰ ব্যৱস্থা আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here