বিশিষ্ট অসমীয়া অভিনেতা নিপন গোস্বামীৰ প্রয়াণত শোক প্রকাশ প্রধানমন্ত্রীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 27 October 2022

বিশিষ্ট অসমীয়া অভিনেতা নিপন গোস্বামীৰ প্রয়াণত শোক প্রকাশ প্রধানমন্ত্রীৰ

 



W7s news গুৱাহাটী: প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট অসমীয়া অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ অগ্ৰণী অৱদান আগবঢ়োৱা নিপন গোস্বামীৰ বিয়োগত মৰ্মাহত হৈছো।  তেওঁৰ বৈচিত্ৰময় কৰ্মৰাজিক চলচ্চিত্ৰপ্ৰেমীয়ে স্মৰণ কৰিব।  তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছো।  ঔম শান্তি: প্ৰধানমন্ত্ৰী @narendramodi"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here