W7s news, গুৱাহাটী : অসম তথা উত্তৰ-পূৱৰ ভিতৰত উন্নত মানদণ্ড তথা গ্ৰাহকৰ পছন্দৰ ইলেকট্ৰনিকচ শ্ব'ৰূম নেক্সট ইলেকট্রনিকচে গ্ৰাহকৰ বাবে ঘোষণা কৰিছে বিশেষ অফাৰ। গুৱাহাটীৰ উলুবাৰী বি বৰুৱা ৰ'ডৰ নেক্সট ইলেকট্রনিকচত আগন্তুক ধনতেৰাছ, দীপাৱলী, কালি পূজা উৎসৱ উপলক্ষে গ্ৰাহকৰ বাবে 'অনলাইন চে ভি সস্তা' শীর্ষক বিশেষ অফাৰৰ ঘোষণা কৰিছে। শেহতীয়াকৈ আগন্তুক উৎসৱ উপলক্ষে ঘোষণা কৰা ‘অনলাইন চে ভি সস্তা' শীর্ষক অফাৰ কাৰ্যসূচী টিভি ধাৰাবাহিক ‘ৱাগলে কি দুনীয়াৰ' জনপ্ৰিয় অভিনেতা দীপক পাৰিকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানটোত উপস্থিত থাকে নৰেন্দ্ৰৰ ছনি, ৰাজেশ ছনি, অভিষেক ছনিকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। এই সন্দৰ্ভত নেক্সট ইলেকট্ৰনিকচৰ স্বত্বাধিকাৰী অভিষেক ছনিয়ে কয় যে এটা ছালৰ তলতেই গ্ৰাহকে চল্লিছটাকৈ ব্ৰেণ্ডৰ ইলেকট্ৰনিকচ সামগ্ৰীত অফাৰ লাভ কৰিব। তেওঁ লগতে কয় যে নেক্সট ইলেকট্রনিকচ উত্তৰ পূবৰ ভিতৰত প্ৰথমখন শ্ব'ৰূম যিটোৱে অনলাইনতকৈও অতি সস্তা দৰত সামগ্ৰী গ্ৰাহকক যোগান ধৰি আহিছে। অহা ২৪ অক্টোবৰলৈকে এই অফাৰ উপলব্ধ থাকিব। ইপিনে ধনতেৰাছ উপলক্ষে নেক্সট ইলেকট্রনিকচত গ্ৰাহকৰ বাবে প্রি বুকিংৰ আয়োজন কৰিছে। ২০০০০ টকালৈকে প্রি বুকিং কৰা গ্ৰাহকে পুৰষ্কাৰ লাভ কৰবি। উক্ত শ্ব’ৰুমটোত ছনি, চেমচাং, এল জিকে আদি কৰি বিভিন্ন ব্ৰেণ্ডৰ ইলেকট্রনিকচ সামগ্রী উপলদ্ধ হৈছে। গ্ৰাহকে অতি সহজে ই এম আইৰ সুবিধা লাভ কৰিব। একেদৰে সামগ্ৰী ঘৰতে যোগান ধৰাৰ বিনামূলীয়াকৈ সুবিধা আছে। শেহতীয়াকৈ গ্ৰাহকৰ চাহিদাৰ প্ৰতি শ্বদমটোত উপলদ্ধ কৰা হৈছে মদুলেৰ কিটচেনৰ সা-সামগ্ৰী। একেদৰে শ্ব’কমটো উপলদ্ধ হোৱা ইলেকট্রনিকচ সামগ্রী বিশেষকৈ ম'বাইল ফোন, লেপটপকে আদি কৰি বিভিন্ন সামগ্রী 'অনলাইন চে ভি সস্তা ত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব।
Post Top Ad
Responsive Ads Here
Monday, 10 October 2022

নেক্সট ইলেকট্রনিকচত ‘অনলাইন চে ভি সস্তা' বিশেষ অফাৰৰ ঘোষণা
Tags
# গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Share This
About W7S News
গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Labels:
গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment