চলাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 September 2022

চলাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আয়োজন

 




 W7s news গুৱাহাটী  : গুৱাহাটী মহানগৰীৰ চলাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত  বিগত বছৰৰ দৰে এইবেলিও পহিলা অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ চলাপৰা পূজাস্থলীত  ৫সংখ্যক দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে ।  আনহাতে দুৰ্গা পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২ ,৩ , ,৪ অক্টোবৰৰ মহাসপ্তমী , মহাষ্টমী আৰু মহানৱমীত আটাইকেইদিনতে  বিয়লিৰ পৰা নিশালৈ আৰতি আৰু পূজা পৰিৱেশন কৰা হব ।  আনহাতে পূজাৰ কাৰ্যসূচী  সুচাৰুৰূপে সম্পন্ন কৰিবলৈ মুখ্য সমভু সিং মুখ্য  পৃষ্ঠপোষক ,সমাজকর্মী পংকজ কলিতা সভাপতি , বিৰজু চৌধুৰী সাধাৰণ সচিব , সহ সম্পাদক পাপু সাহ, হেম বৰ্মন , জেদ উমৰ আৰু নেকিব  ৰহমান ,চন্দন পাট গিৰি কাৰ্যকৰী সদস্য , সম্পাদক হিচাপে লৈ চলাপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিখন গঠন কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here