ভাৰতীয় ৰে'লৱে মাল গুদাম শ্রমিক ইউনিয়নৰ স্বাধীনতা দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 20 August 2022

ভাৰতীয় ৰে'লৱে মাল গুদাম শ্রমিক ইউনিয়নৰ স্বাধীনতা দিৱস

 



W7s news গুৱাহাটী : ভাৰতীয় ৰে'লৱে মাল গুদাম শ্রমিক ইউনিয়নে দেশৰ গুৰুত্বপূৰ্ণ ৰে'লৱে গুডছ শ্বেডত ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে হৰ ঘৰ  ত্ৰিৰংগা' শ্ল'গানৰ অংশ হিচাপে স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পশ্চিমবংগৰ নৈহাটী, দানকুনি,, খগপুৰ, ঝাৰখণ্ডৰ ৰাঁচী, বোকাৰো,

ওড়িশাৰ ভুবনেশ্বৰ, কটক আৰু অসমৰ বৰপেটাত মাল গুদাম শ্রমিক ইউনিয়নৰ শীৰ্ষ নেতৃবৃন্দই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কৰ্মচাৰীসকলকো পতাকা প্ৰদান কৰে। ভাৰতীয় ৰে'লৱে মাল গুদাম শ্রমিক ইউনিয়নে সমগ্র দেশত ভাৰত চৰকাৰৰ ‘আজাদী কা অমৃত মহোৎসৱ'ৰ বাৰ্তা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here