ক্লিয়াৰ ভিজনৰ নতুন বিপণী মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 1 August 2022

ক্লিয়াৰ ভিজনৰ নতুন বিপণী মুকলি

 




W7s news ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটী পল্টন বজাৰত ক্লিয়াৰ ভিজনৰ এখন নতুন বিপণী সোমবাৰে মুকলি কৰা হয়। চকু চিকিৎসাৰ ক্ষেত্ৰত নিৰন্তৰভাৱে ত্ৰিশ বছৰ সেৱা আগবঢ়াই অহা ক্লিয়াৰ ভিজনৰ নতুন বিপনীখন মুকলি কৰে বিশিষ্ট শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকাই। নতুন বিপনীখন মুকলি কৰি মহাদেৱ ডেকাই কয় যে -ক্লিয়াৰ ভিছনৰ এইখন তৃতীয় বিপনী। বিপনীৰ ঠাইখন খুবেই ধুনীয়া, ভিতৰখনো সুন্দৰ।আপুনি যদিহে চকুৰ কিবা সমস্যাত ভুগিছে ইয়ালৈ আহক।চকুজনিত সমস্যাত পৰিলে যদিহে আমি দেৰী কৰো পাৱাৰটো দুৰ্বল হয়।যিমান সোনকালে চিকিৎসা কৰো সিমানতে বন্ধ হৈ যায়।ইয়াক এৰাই নচলিব।এই নতুন বিপনীখনত সকলো সমস্যাৰ বিধান পাব। ক্লিয়াৰ ভিজনত টাইটান, ফাস্ট্ৰেক, ৰেবেন, ভউগ, অ'কলে, ৰলেস্ক, ক'ডেক, এছিল'ৰ, এডিই,ইমেজ, ইৰাচ আদি নতুন নতুন ব্ৰেণ্ড পাব।কৰ্ণ বাহাদুৰ সিং গগৈ আচলতে খেলৰ মানুহ। তেওঁৰ মনটো খুব সুন্দৰ।' উল্লেখ‍্য,১৯৯২ চনত ক্লিয়াৰ ভিজনৰ প্ৰথমখন বিপনী শিলপুখুৰীৰ গোস্বামী চাৰ্ভিচত মুকলি কৰা হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here