w7s news নিউজ ডেস্ক:জম্মু-কাশ্মীৰৰ অমৰনাথ গুহাৰ সমীপত ডাৱৰ বিস্ফোৰণ হয়। ডাৱৰ বিস্ফোৰণৰ ফলত শুকুৰবাৰে সন্ধিয়া পৰ্যন্ত ১০জন লোকৰ মৃত্যু হয়।- ডাৱৰ বিস্ফোৰণৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে বহু লোক।পানীৰ ধলে উটুৱাই নিয়ে বহু তীৰ্থযাত্ৰীক। ডাৱৰ বিস্ফোৰণৰ পিছতে অমৰনাথত থকা তম্বুৰ মাজেৰে পানীৰ ধল বয়।অমৰনাথত উপস্থিত হোৱা ভক্তসকলৰ মাজত হাহাকাৰ সৃষ্টি হয়। উদ্ধাৰ কাৰ্যত মোতায়েন কৰা হয় এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আই টি বি পিৰ দল।
#amarnath yatra #cloudburst #rainfall #jammukashmir


No comments:
Post a Comment