আজিৰেপৰা গুৱাহাটী ক্রীড়া সন্থাৰ অনুৰ্ধ ১৩ প্রতিযোগিতা ১২টা দলৰ অংশগ্রহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 July 2022

আজিৰেপৰা গুৱাহাটী ক্রীড়া সন্থাৰ অনুৰ্ধ ১৩ প্রতিযোগিতা ১২টা দলৰ অংশগ্রহণ

 





W7s news গুৱাহাটী: ১২টা দলৰ অংশগ্ৰহণেৰে বুধবাৰৰ পৰা নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব গুৱাহাটী ক্রীড়া সন্থাৰ অনুৰ্ধ ১৩ ফুটবল প্রতিযোগিতাৰ দ্বিতীয় ছিজন। বুধবাৰৰ পৰা নেহৰু ষ্টেডিয়ামৰ দুয়োখন গ্ৰাউণ্ডত দুপৰীয়া ২-৩০ আৰু ৩-৪০ বজাত মুঠ চাৰিখনকৈ খেল অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাত অংশ লোৱা দলকেইটা হ'ল বিগত বৰ্ষৰ চেম্পিয়ন গুৱাহাটী চিটী এফচি, আছাম ৱাৰিয়ৰ্ছ এফচি, এনকেএছএফচিচি, কাজিৰঙা এফচি, চন্দ্ৰপুৰ এফচিচি, হান্টোছ এফচি, নাৰেংগী এফচিচি, লায়নফ'ৰ্ড এফচি, আকাশ এফচি, উদয়ন কৃষ্টি সংঘ, পেগাছাছ এফচি আৰু চানমাৰি এফচিচি। ২৮ জুলাইত প্ৰতিযোগিতাৰ ছেমিফাইনেল আৰু ৩০ জুলাইত ফাইনেল অনুষ্ঠিত হ'ব। চেম্পিয়ন দলটোৱে অসম ফুটবল সন্থাৰ ৰাজ্যিক অনুর্ধ ১৩ লীগৰ মণ্ডল পৰ্যায়ত অংশগ্ৰহণ কৰিব ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here