উল্টা ৰথযাত্ৰাৰে গুৱাহাটী জগন্নাথ ৰথযাত্ৰাৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 9 July 2022

উল্টা ৰথযাত্ৰাৰে গুৱাহাটী জগন্নাথ ৰথযাত্ৰাৰ সামৰণি

 


 


W7s news গুৱাহাটী : বিশ্ব শান্তি আৰু সমম্বয়ক মূল বিষয় হিচাপে লৈ ইস্কন গুৱাহাটীৰ উদ্যোগত পহিলা

 জুলাইৰ পৰা  ৯ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা

গুৱাহাটী জগন্নাথ ৰথযাত্ৰাৰ শনিবাৰে উল্টা ৰথযাত্ৰাৰে  সামৰণি পৰে। উল্লেখ্য, উলুবাৰীৰ আশি অস্পৰা বিবাহ ভৱনৰ পৰা পহিলা জুলাইত আৰম্ভ হৈছিল ৰথযাত্ৰাৰ।শনিবাৰে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা উল্টা ৰথযাত্ৰাৰ শোভাযাত্ৰাৰে ৯ দিনীয়া গুৱাহাটীৰ জগন্নাথ ৰথযাত্ৰাৰ সামৰণি পৰে। উল্টা ৰথযাত্ৰাত বহু সংখ্যক ঈশ্বনৰ ভক্তই অংশগ্ৰহণ কৰে। ৰথাযাত্ৰা উপলক্ষে গুৱাহাটীৰ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পত

 জগন্নাথ লীলা কথাৰ বক্তৃতা আগবঢ়োৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here