শিক্ষয়িত্ৰী ভাৰতী চহৰীয়াৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 25 June 2022

শিক্ষয়িত্ৰী ভাৰতী চহৰীয়াৰ মৃত্যু

 




W7s news ষ্টাফৰিপোৰ্টাৰ: দৰঙ জিলাৰ ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত শিঙিমাৰী মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ভাৰতী চহৰীয়াই উচ্চ-ৰক্তচাপ জনীত কাৰণত শুকুৰবাৰে দিনৰ ১১ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ। সহজ- সৰল,মৰমীয়াল ছাত্র-ছাত্ৰী সকলৰ মাজত অতিকৈ প্ৰিয় শিক্ষয়িত্ৰী ভাৰতী চহৰীয়া  শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একান্ত ভক্ত সঙ্গী আছিল। মৃত্যুৰ সময়ত তেওঁ স্বামী, এজনী জীয়ৰী, জোৱাই,এজন পুত্ৰ আৰু এজন নাতিক এৰি থৈ যায়।সৰবৰাহী শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here