পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 1 June 2022

demo-image

পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

Responsive Ads Here

 

        

 W7s news ষ্টাফৰিপোৰ্টাৰ: ৰাজ্যৰ  শিক্ষা বিভাগে  সামগ্ৰিক উত্তৰণৰ বাবে সমগ্ৰ অসমতে গুণোৎসৱ সফল সামৰনি পও পাচত  বুধবাৰৰ পৰা চাৰি জুনলৈ তৃতীয় পৰ্যায়ৰ আৰম্ভ হৈছে ।গুৱাহাটী মহানগৰীৰ শতবৰ্ষ গৰকা পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়তো গুণোৎসৱ আৰম্ভ হোৱাত এক উখল-মাখল পৰিবেশেৰে সৃষ্টি হয় । প্ৰথম কাৰ্যসূচী  অনুসৰি প্ৰাতঃসভা, মহৎলোকৰ বাণী, প্ৰাৰ্থনা কৰা হয় । লগতে বিদ্যালয় অতি গুৰুত্বপূৰ্ণ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । পত্ৰিকা উন্মোচন কৰে অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনাক্ষী দাসে । বিদ্যালয়ৰ প্ৰধান শিক্ষক বন্দনা বৰুৱাই পত্ৰিকা উন্মোচনী অনুষ্ঠানৰ আঁত ধৰা অনুষ্ঠানত

IMG-20220601-WA0017

IMG-20220601-WA0016

শিক্ষয়িত্ৰী আৰু অভিভাৱক, পৰিচালনা সমিতি, মাতৃ গোট,হিচাপ পৰীক্ষক বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য, প্ৰাচীৰ পত্ৰিকাখন সহশিক্ষয়িত্ৰী ৰিংকি শইকীয়াই সম্পাদনা কৰে । ইয়াৰ লগে লগে  ছাত্ৰ-ছাত্ৰীসকলৰ স্ব-মূল্যায়ন আৰম্ভ হয় ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *