অসমীয়া ভাষাক গুগলৰ স্বীকৃতি গুগল অনুবাদত সংযোজিত হ'ল অসমীয়া ভাষা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 12 May 2022

অসমীয়া ভাষাক গুগলৰ স্বীকৃতি গুগল অনুবাদত সংযোজিত হ'ল অসমীয়া ভাষা

 




W7s news নিউজ ডেস্ক: অসমবাসীৰ বাবে এক সুখবৰ । গুগল অনুবাদত সংযোজিত হ'ল অসমীয়া ভাষা। অসমীয়া ভাষাকে ধৰি ৭টা অন্য ভাৰতীয় ভাষাক গুগল অনুবাদত সংযোজিত কৰা হৈছে।এতিয়াৰে পৰা ইংৰাজী বা অন্য যিকোনো ভাষাক আপুনি অসমীয়া ভাষালৈ অনুবাদ কৰিব পাৰিব। গুগল অনুবাদলৈ সংযোজিত হোৱা ভাষাসমূহ হৈছে সংস্কৃত, অসমীয়া, ভোজপুৰী, ডগ্ৰী, কোংকানী, মৈথেলী, মিজো আৰু মইতেই। গুগল ট্ৰান্সলেট ৱেব ব্ৰাউজাৰৰ পৰা ব্যৱহাৰ কৰিব পাৰি বা এজন ব্যৱহাৰকাৰীয়ে গুগল প্লে ষ্টোৰৰ পৰা এপ্পটো ইনষ্টল কৰিব পাৰে। ব্যৱহাৰকাৰীয়ে তেওঁ টাইপ কৰি থকা ভাষা আৰু তেওঁলোকে অনুবাদ বিচৰা আকাংক্ষিত ভাষা বাছনি কৰিব লাগিব।

অসমীয়া ভাষাই পালে গুগলৰ স্বীকৃতি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here