অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ ১,০০০ কোটি টকাৰ অনুমোদন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 19 May 2022

অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ ১,০০০ কোটি টকাৰ অনুমোদন

 



W7s news: নিউজ ডেস্ক:

অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই ১,০০০ কোটি টকাৰ অনুমোদন জনাইছে।ৰাজ্য চৰকাৰে ইতিমধ্যে বানত আক্ৰান্ত জিলাসমূহলৈ ১৫০ কোটি টকা মুকলি কৰি দিছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিছে।এক টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে,"ৰাজ্যখনৰ বান পৰিস্থিতিৰ ফলত ছয় লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।কেন্দ্ৰই অসমৰ বাবে ১,০০০ কোটি টকা অনুমোদন জনাইছে আৰু আমি ইতিমধ্যে জিলা কৰ্তৃপক্ষক ১৫০ কোটি টকা মুকলি কৰি দিছো।পৰিস্থিতিটোৰ মোকাবিলা কৰিবলৈ আমাৰ ওচৰত পৰ্যাপ্ত পুঁজি আছে।আমাৰ চৰকাৰী যন্ত্ৰই ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আৰু সাহায্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ ২৪ ঘণ্টাই  কাম কৰি আছে।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here