লাচিত নগৰ হনুমান মন্দিৰত হনুমান জয়ন্তী পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 April 2022

লাচিত নগৰ হনুমান মন্দিৰত হনুমান জয়ন্তী পালন

 





W7s news ষ্টাফৰিপোৰ্টাৰ : লাচিত নগৰস্থিত হনুমান মন্দিৰত শনিবাৰে শ্ৰী হনুমান সেৱা নিধি ট্ৰাষ্টৰ উদ্যোগত হনুমান জয়ন্তী পালন কৰা হয়। এই উপলক্ষে পুৱা ১১বজাত পূজা,১১.৩০ বজাত আঁৰতি, ১২.১৫ বজাত ১০৮ কেজিৰ দুটা লাড়ু আৰু ২১টা  সৱামণি ভোগ দিয়া হয়। এই লাড়ু আগবঢ়াই ক্ৰমে  শ্ৰী হনুমান সেৱা নিথি ট্ৰাষ্টৰ ট্ৰাষ্টি কৃষ্ণা চৌধুৰী আৰু ৰৌণক আগৰৱালে। এই অনুষ্ঠানত শ্ৰী হনুমান সেৱা নিধি ট্ৰাষ্টৰ মহামন্ত্ৰী ওম প্ৰকাশ চৌধুৰী, মন্ত্ৰী অশোক আগৰৱালা( ভুত), ট্ৰাষ্টি প্ৰেম কয়াল, ওম কেডিয়া, ৰমেশ চাচান্দ আদি উপস্থিত থাকে। এই উপলক্ষে নিশা ৮ বজাত আঁতৰি কৰা হ'য়। হনুমান জয়ন্তী উপলক্ষে শনিবাৰে পুৱাৰে পৰা বহু সংখ্যক ভক্তৰ সমাগম হয়। আনহাতে শুকুৰবাৰে মন্দিৰ প্ৰাংগণত ৰঙালী বিহুৰ আয়োজন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here