২৯ নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী নিগমৰমৃগেন শৰণীয়াৰ ঘৰে ঘৰে প্ৰচাৰ অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 11 April 2022

২৯ নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী নিগমৰমৃগেন শৰণীয়াৰ ঘৰে ঘৰে প্ৰচাৰ অভিযান




আৰ পি শৰ্মাৰ গৃহলৈ গৈ প্ৰচাৰ চলালে মৃগেন শৰণীয়াই


W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী পৌৰ নিগম

নিৰ্বাচনৰ ২৯ নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মৃগেন শৰণীয়াই সোমবাৰে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। তেওঁ ৱাৰ্ডৰ অন্তৰ্গত বৰঠাকুৰমিল, উলুবাৰী, কছাৰী বস্তি আদিত প্ৰচাৰ অভিযান চলায়। তেওঁ ২৯ নং ৱাৰ্ড অন্তৰ্গত কছাৰী বস্তি নিবাসী কংগ্ৰেছ নেতা আৰ পি শৰ্মাৰ গৃহলৈ গৈ প্ৰচাৰ চলায়। উল্লেখ্য, এই প্রচাৰ অভিযানৰ জড়িয়তে প্ৰাৰ্থী মৃগেন শৰণীয়াই ২৯ নং ৱাৰ্ডৰ খোৱাপানী, বাটপথ, নলা-নৰ্দমা আদি গুৰুত্বপূৰ্ণ সমস্যা সমূহ সমাধানৰ বাবে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here