W7s news ষ্টাফৰিপোৰ্টাৰ: ক্লিয়াৰ ভিজনৰ দ্বিতীয়খন বিপণী সোমবাৰে পল্টন বজাৰৰ চলাপাৰা পথৰ স্বস্তিক স্কুৱেৰত মুকলি কৰা হয়।অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই এই বিপণীখন মুকলি কৰি কয় যে -ক্লিয়াৰ ভিজনে উন্নত মানৰ সেৱা আগবঢ়াই আহিছ। এই বিপণীখনৰ জৰিয়তে গুৱাহাটীবাসী উপকৃত হ'ব পাৰিব।'ক্লিয়াৰ ভিজনে প্ৰথম গোস্বামী চাৰ্ভিচ, (শিলপুখুৰী)ত বিপণী মুকলি কৰি ৰাইজক ১৯৯২ চনৰ পৰা সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। ক্লিয়াৰ ভিজনত টাইটান, ফাট্ৰেক, ৰেবেন, ভউগ, অ'কলে, ৰলেস্ক, ক'ডেক, এছিল'ৰ, এডিই,ইমেজ, ইৰাচ আদি ব্ৰেণ্ডৰ সামগ্রী উপলব্ধ হৈছে। ইয়াত বিনামূলীয়াকৈ চকুৰ চিকিৎসা সেৱা আগবঢ়োৱা হয়। লগতে চকু বিশেষজ্ঞৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হয়। উল্লেখ্য, ক্লিয়াৰ ভিজনে ৩০ বছৰে নিজৰ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে।
Post Top Ad
Responsive Ads Here
Monday, 21 March 2022

ক্লিয়াৰ ভিজনৰ দ্বিতীয়খন বিপণী মুকলি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment