অভিনেতা কিশোৰ দাসৰ আশু আৰোগ্য কামনা প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাবাসৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 3 March 2022

অভিনেতা কিশোৰ দাসৰ আশু আৰোগ্য কামনা প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাবাসৰ

 



W7s news ষ্টাফৰিপোৰ্টাৰ :অভিনেতা কিশোৰ দাসৰ আশু আৰোগ্য কামনা কৰি বেলতলাস্থিত প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাবাসৰ ১০৭ বছৰীয়া শুভদ্ৰা দেৱীয়ে তেওঁক বৃহস্পতিবাৰে মহানগৰীৰ হেলথ চিটি হস্পিতালত আশীৰ্বাদ দিয়ে। লগতে  শুভদ্ৰা দেৱীয়ে প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাবাসৰ তৰফৰ পৰা তেওঁৰ উন্নত চিকিৎসাৰ বাবে পাঁচ হাজাৰ টকা তেওঁৰ মাতৃৰ হাতত অৰ্পণ কৰে। বৃদ্ধাবাসৰ ৬ গৰাকী আবাসীয়ে অভিনেতা জনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ফুলাম গামোচা আৰু ফুলৰটোৰাৰে আশীৰ্বাদ দিয়ে।

এই কাৰ্যসূচীত বৃদ্ধাবাসৰ সম্পাদক উৎপল হৰ্ষবৰ্ধনো উপস্থিত থাকে। উল্লেখ্য, দেওবাৰে উন্নত চিকিৎসাৰ বাবে জটিল ৰোগত আক্ৰান্ত কিশোৰ দাসে মুম্বাই লৈ যাত্ৰা কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here