গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 6 February 2022

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

 



W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে সাহিত্য সংস্কৃতিৰ মঞ্চ জ্যোতিমঞ্জুৰীৰ (ফুল অফ লাইট) উদ্যোগত গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে জ্যোতিমঞ্জুৰীৰ (ফুল অফ লাইট) ৰ পত্ৰিকা সম্পাদনা সমিতিৰ উপদেষ্টা খনিন্দ্ৰ কুমাৰ ডেকাই। অনুষ্ঠানত কবি ৰীতা বৰুৱাই  জ্যোতিমঞ্জুৰীৰ (ফুল অফ লাইট) ছমহীয়া পত্ৰিকা 'সেউজীয়াৰ সন্ধান'ৰ পঞ্চম সংখ্যাই উন্মোচন কৰে। এই পত্ৰিকাখন সম্পাদনা কৰিছে পুৰবী বৰাই। অনুষ্ঠানত লেখিকা চাৰুলতা চৌধুৰীয়ে কমলাক্ষী বৰাৰ 'সাগৰ সংগম'  আৰু নিৰুপমা চাংকাকতিয়ে মীনা দেৱীৰ 'অনুভৱৰ কাপেডি ' শীর্ষক গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানটো পৰিচালনা কৰে পত্ৰিকাখনৰ সম্পাদক পুৰবী বৰাই।

অনুষ্ঠানত বহুকেইজন কবিয়ে কবিতা পাঠ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here