বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট সেৱা আগবঢ়োৱা ১৫ মহিলাক সম্বৰ্দ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 11 January 2022

বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট সেৱা আগবঢ়োৱা ১৫ মহিলাক সম্বৰ্দ্ধনা

 





W7s News ষ্টাফৰিপোর্টাৰ: ছানছাইন প্ৰফেছনেল একাডেমীয়ে ইলুমিছ ক্লিনিকৰ সহযোগত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি যোগোৱা ১৫গৰাকী মহিলাক সোমাবাৰে মহানগৰীৰ তাজ ভিভান্তাত অনুষ্ঠিত এক অনুষ্ঠানত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। ইলুমিয়েৰ এক্সিলেন্স ওৱাৰ্ড বেনাৰৰ অধীনত সম্বৰ্দ্ধিত মহিলাকেইগৰাকী হ’ল – অনামিকা চৌধুৰী (ব্যৱসায়ী), নীলি আহমেদ (শিক্ষা), ডাঃ বিজু দত্ত চৌধুৰী (চিকিৎসা), ইন্দ্ৰাণী ৰায়মেধি (মিডিয়া), মিত্রা ফুকন (সাহিত্য), পমি বৰুৱা (প্রশাসন), জ্যোতি দাস (ৰন্ধন সম্পৰ্কীয়), অনিতা চেতিয়া (পৰম্পৰাগত ফেশ্বন), মেঘনা মেহজাবিন (আধুনিক ফেশ্বন), বাসৱী বসু (ডিজাইন), অঞ্জনা গোস্বামী (সামাজিক), অৰ্চনা ভট্টাচার্য (ক্রীড়া), ড° অঞ্জনাময়ী শ‍ইকীয়া (পাৰফর্মিং আৰ্টছ), দীপশিখা বৰা (সৌন্দৰ্য চৰ্চা) আৰু সীমা বিশ্বাস (চিনেমা)।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here