গুৱাহাটীত শীতৰ প্ৰকোপ বৃদ্ধি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 20 January 2022

গুৱাহাটীত শীতৰ প্ৰকোপ বৃদ্ধি

 



W7s news ষ্টাফৰিপোর্টাৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে গুৱাহাটীত শীতৰ প্ৰকোপ বৃদ্ধি হয়। বৃহস্পতিবাৰৰ পৰা  ২৪ জানুৱাৰী পৰ্যন্ত বতৰ ডাৱৰীয়া হৈ  থকাৰ লগতে মাজে সময়ে শিল বৰষুণ হোৱাৰ সম্ভাবনা আছে ।  মেঘালয় সীমান্তবৰ্তী দুই এঠাইত  প্ৰৱল বৃষ্টিপাত হোৱাৰ  সম্ভাৱনা আছে বুলি আকাংক্ষা ব্যক্ত  কৰিছে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here