জু-ৰোডৰ নেক্সট ডিজিটেল হোমত দেৱালীৰ বিশেষ ৰেহাই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 1 November 2021

জু-ৰোডৰ নেক্সট ডিজিটেল হোমত দেৱালীৰ বিশেষ ৰেহাই

 


Was news,,ষ্টাফৰিপ'ৰ্টাৰ : মাল্টিব্ৰেণ্ড ইলেকট্রনছ আৰু ঘৰুৱা সঁজুলিৰ শ্ব’ৰুম নেক্সট ডিজিটেল হোমে দিপাৱলীৰ উপলক্ষে বিশেষ ৰেহাইৰ ঘোষণা কৰিছে। জু-ৰোডৰ নেক্সট ডিজিটেল হোম ইলেকট্রনিক্স’ এণ্ড ম'বাইল শ্ব’ৰুম, ছ’নি এল ই ডি টিভিত ৫০% লৈকে ৰেহাই আগবঢ়াইছে আৰু ছ'নি এলইডি টিভিত ২০% কেছবেক অফাৰ ঘোষণা কৰিছে। এই শ্ব’ৰুমটো গণেশগুৰি চিৰিয়াখানা পথ উৰণীয়া সেঁতুৰ কাষত অৱস্থিত আৰুপৰ্যাপ্ত পার্কিং স্থান আছে। এই সন্দৰ্ভত শ্ব’ ৰুমটোৰ স্বত্তাধিকাৰী ৰাহুল ছ’নিয়ে কয় 'আমি ছ’নি এল ই ডি টিভিত ৩ বছৰৰ অতিৰিক্ত ৱাৰেণ্টি আগবঢ়াইছো। তেওঁ লগতে কয় যে অন্যান্য মুখ্য ব্ৰেণ্ড বিশেষকৈ এলজি, চেমচাং, এমআই আদিৰ সামগ্ৰী ইএমআইৰ জৰিয়তে গ্ৰাহকে ক্রয় কৰিব পাৰিব। আনহাতে ১০,০০০ টকালৈকে বাজাজ ফাইনেন্সৰ সুবিধা লাভ কৰিব। তেওঁ আৰু কয়" আমি এটা নতুন সামগ্ৰীৰ সৈতে বিনিময় প্রথা আগবঢ়োৱা হৈছে। পুৰণি সামগ্ৰীৰ বিনিময়ত নতুন সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব । ধৰি লওক, যদি কোনোবাই এটা নতুন এলইডি টিভি ক্ৰয় কৰিব বিচাৰে আৰু পুৰণি ৱাছিং মেচিন এটা সলনি কৰিব বিচাৰে, তেন্তে তেওঁ এই শ্ব’ৰুমত এই দেৱালীত গ্ৰাহকসকলে সুবিধা লাভ কৰিব। আনহাতে গ্রাহকসকলে সামগ্রী ক্ৰয়ৰ জৰিয়তে বিশেষ বাম্পাৰ পুৰস্কাৰ লাভকৰিব যিটো ২৫ নৱেম্বৰত লাকী ড্র অনুষ্ঠিত হ’ব। তেওঁ আৰু কয় 'আজি প্রি-বুকিং আৰু ধনতেৰাছত সামগ্ৰী ক্ৰয়ৰ সময়ত গ্রাহকে লাভ কৰিব আকর্ষণীয় উপহাৰ। অধিক অনুসন্ধানৰ বাবে, গ্রাহকে ৯৪৩৫৮০৫০৩০ত যোগাযোগ কৰিব পাৰিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here