গুৰু জয়ন্তীৰ ৰাজ্যজুৰি আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 14 October 2021

গুৰু জয়ন্তীৰ ৰাজ্যজুৰি আয়োজন

 




W7s News  ষ্টাফৰিপোৰ্টাৰ :

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাহি নাহি আমাৰ পৰম গুৰু ।।

                  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাব মহোৎসৱলৈ কাইলৈ ৰাজ্যজুৰি পালন কৰা হ'ব। এই উপলক্ষে শুকুৰবাৰে পুৱা প্ৰভাত ফেৰী উলিওৱা হ'ব।

    গুৰু জনাই জাতি ধৰ্ম নিবিশেসে সকলোকে লগত লৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সাহিত্য সংগীত একেকাৰ কৰি এখন সুন্দৰ বৈকুণ্ঠ পূৰিলৈ প্ৰতিটো জাতিক আগুৱাই নিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here