W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ পাণ্ডুঘাটত শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হয়। মুখ্যমন্ত্ৰীয়ে পাণ্ডুৰ প্ৰতিমা বিসৰ্জনস্থলীত উপস্থিত হৈ বুজ লয়। তেওঁ বিসৰ্জনস্থলীত উপস্থিত হৈ নষ্টালজিক হৈ পৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই সংবাদ মাধ্যমক কয় '
- ‘প্ৰতি বছৰে মই পাণ্ডুঘাটলৈ আহো, এইবাৰো আহিছো’
- ‘খুব ধুনীয়াকৈ পূজা হৈ গ’ল, মই সকলোকে ধন্যবাদ-কৃতজ্ঞতা জনাইছো’
- ‘মোৰ সমষ্টিৰ প্ৰতিখন পূজাস্থলীলৈ যাবলৈ চেষ্টা কৰিছিলো’
- ‘প্ৰত্যেক বছৰে পূজাৰ নতুন অভিজ্ঞতা হৈ গৈ থাকে’
- ‘গুৱাহাটীত ১৯৭৫ চনৰ পৰাই বিসৰ্জন চাই আহিছো।’
আনহাতে বাংলাদেশৰ পূজাথলীত আক্ৰমণৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
#durgapuja #vijayadashami
#cm #himantabiswasarma #guwahati #assam
No comments:
Post a Comment