W7S News ষ্টাফ ৰিপোৰ্টৰ : ৰাজ্যজুৰি শুকুৰবাৰে বিশ্ব খনিকৰৰ পূজা পালন কৰা হয়। চৰকাৰী ক'ভিড বিধি অনুসৰি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা এইবাৰ পালন কৰা হয়। বিভিন্ন অনুষ্ঠান,প্ৰতিষ্ঠান, ছপাশাল আদিৰ লগতে ব্যক্তিগতভাৱেও শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন কৰা হয়। এই উপলক্ষে ভক্ত সকলে পুৱাৰে পৰা ধূপ, দ্বীপ, নৈবদ্যৰে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন কৰে। আনহাতে প্ৰতিবছৰৰ দৰে এইবছৰও "এন কে চি" ৱিল্ডাৰছে পৰম্পৰাগত ভাৱে নিজ প্ৰাংগণত আয়োজন কৰে শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ। এই উপলক্ষে পূজা অৰ্চনা কৰাৰ লগতে আয়তী সকলে নাম প্ৰসংগ পৰিবেশন কৰে। সম্পূৰ্ণ ক'ভিড প্ৰটোকলৰ মাজেৰে উদযাপন কৰা হয় এই পূজা কৰা হয় বুলি আয়োজক কমিটিয়ে জনায়
Post Top Ad
Responsive Ads Here
Friday, 17 September 2021

ৰাজ্যজুৰি বিশ্ব খনিকৰৰ পূজা পালন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment