টকিঅ' অলিম্পিকত ভাৰতীয় হকী দলৰ ব্ৰঞ্জৰ পদক লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 4 August 2021

টকিঅ' অলিম্পিকত ভাৰতীয় হকী দলৰ ব্ৰঞ্জৰ পদক লাভ

 




W7s News নিউজ ডেস্ক: জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰি পুৰুষৰ হকীত ভাৰতৰ ব্ৰঞ্জৰ পদক। ১৯৮০ চনৰ মক্সো অলিম্পিকৰ পিছত হকীত প্ৰথম এই সাফল্য। টকিঅ' অলিম্পিক ২০২০ ত ভাৰতীয় হকী দলৰ ব্ৰঞ্জৰ পদক লাভে দেশবাসীক উৎফুল্লিত কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here