এক ইঞ্চি মাটিও এৰি দিয়া নহয়, হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 27 July 2021

এক ইঞ্চি মাটিও এৰি দিয়া নহয়, হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

 






W7s News  নিউজ ডেস্ক: এক ইঞ্চি মাটিও এৰি দিয়া নহয়, হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। শত্ৰুৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধৰ দৰে আক্ৰমণ চলাইছিল মিজোৰামে।

মিজোৰাম আক্ৰমণত ছহিদ ৫গৰাকী আৰক্ষী জোৱান, প্ৰাণ হেৰুৱালে এজন অসামৰিক লোকে

।এল এম জিৰে গুলীয়াই মিজোৰামে বিজয় উৎসৱ পালন কৰাত গৰিহণা দিয়ে মুখ্যমন্ত্ৰীয়ে ।ছহিদ পৰিয়াললৈ ৫০লাখ টকাৰ এককালীন সাহায্য আৰু এটাকৈ চৰকাৰী চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। আহত ৪২জনলৈ ১লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here