মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে ল'লে পুনৰ সিদ্ধান্ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 July 2021

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে ল'লে পুনৰ সিদ্ধান্ত

 





W7s News, নিউজ ডেস্ক:

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে ল'লে পুনৰ সিদ্ধান্ত। কেইবাটাও ছাত্ৰ সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা।

অনুষ্ঠিত নহয় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা।

মাৰ্কচিট সন্দৰ্ভত  পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ফৰ্মূলাৰ ৫ নং দফা বাতিল কৰা হৈছে।

ষ্টেণ্ড নাথাকে কিন্তু ষ্টাৰ আৰু ডিষ্টিংচন থাকিব।

এই মাৰ্কচিত সকলোতে প্ৰযোজ্য হব। মাৰ্কচিত সকলো প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰযোজ্য হ'ব।

শিক্ষকৰ চাকৰি ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ভৱিষ্যতে পৰীক্ষা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here