সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব জি এম চি এইছ - আৰু এম এম চি এইছ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 17 June 2021

সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব জি এম চি এইছ - আৰু এম এম চি এইছ

 






#patient #gmch #mmch #toreopen #guwahati #assam

 

W7s, News নিউজ ডেস্ক : সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব জি এম চি এইছ - আৰু এম এম চি এইছ।

ক'ভিড ৰোগীৰ সংখ্যা হ্ৰাস পাইছে গুৱাহাটীৰ হাস্পতালত। শতাধিক বিছনা খালী হৈ আছে জি এম চি এইছত। মন কৰিবলগীয়া যে সম্প্ৰতি গ্ৰাম্যাঞ্চলত বৃদ্ধি হৈছে ক'ভিড ৰোগীৰ সংখ্যা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here