সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 18 June 2021

সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা

 





#pressMeet #cm #himantabiswasarma #assam 




W7s, News,  নিউজ ডেস্ক : দুটা বা তাতোকৈ ক'ম সন্তান থকা পৰিয়াললৈহে চৰকাৰী সুবিধা আগবঢ়োৱা হ'ব। 

অচিৰেই ৰাজ্য চৰকাৰে বলবত্‍ কৰিব এই নীতি।

-সকলো চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব এই নীতি। শুকুৰবাৰে সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য এছ চি, এছ টি

-( SC-ST),  চাহ শ্ৰমিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নীতি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here