ৰাজ্য চৰকাৰৰ সকলো বিভাগত হোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 19 June 2021

ৰাজ্য চৰকাৰৰ সকলো বিভাগত হোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

 



#protest#app#dc office#guwahati


W7s, News ষ্টাফৰিপোৰ্টাৰ : ৰাজ্য চৰকাৰৰ সকলো বিভাগত হোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আম আদমি পাৰ্টি ৰাজ্যিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কামৰূপ (ম) জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

এই কাৰ্যসূচীত  আপ, অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মাধুৰ্য শইকীয়াৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকি 'হাতে হাতে ঝাড়ু লওঁক ভ্ৰষ্টাচাৰ, দুৰ্নীতি নিৰ্মূল কৰক, 'তেজ ঘামৰ উপাৰ্জন অপচয় নকৰিব, ভ্ৰষ্টাচাৰীক স্থান নিদিব, বিজেপি চৰকাৰৰ 'সবকা সাথ সবকা বিকাশ'ৰ মূলনীতি ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি',' শিক্ষা ব্যৱস্থাৰ নাই চলিত চৰকাৰৰ হাতত সু-সাংগঠনিক ব্যৱস্থা' আদি লিখা পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here