প্ৰবীণ অভিনেতা দিলীপ কুমাৰ অসুস্থ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 6 June 2021

প্ৰবীণ অভিনেতা দিলীপ কুমাৰ অসুস্থ

 



#dilip kumar #veteranActor #unwell #hospitalised #mumbai




W7s News, নিউজ ডেস্ক : 

প্ৰবীণ অভিনেতা দিলীপ কুমাৰ অসুস্থ হৈ চিকিৎসাধীন হ'ব লগীয়া হৈছে।

মুম্বাইত হিন্দুজা হাস্পতালত ভৰ্তি  কৰোৱা হৈছে অভিনেতাজনক।

শ্বাস-প্ৰশ্বাসত অসুবিধাৰ বাবে পুৱাই হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

-মে' মাহতো চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল ৯৮ বছৰীয়া অভিনেতাজনক। উল্লেখ্য, ১৯৪৪ চনত জোৱাৰ-ভাটা ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে এইগৰাকী অভিনেতাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here