কামাখ্যা মন্দিৰত আশিষ ললে মুখ্যমন্ত্ৰীয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 June 2021

কামাখ্যা মন্দিৰত আশিষ ললে মুখ্যমন্ত্ৰীয়ে

 



W7s, News, নিউজ ডেস্ক:  খোল খালে কামাখ্যা মন্দিৰৰ দুৱাৰ। নীলাচলৰ বুকুত থকা শক্তিপীঠ কামাখ্যা ধামত এইবাৰো অনুষ্ঠিত নহ'ল  

অম্বুবাচী। ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰো সমাগম নহ'ল দেশ বিদেশৰ লাখ লাখ ভক্তৰ। ক'ভিডৰ বাবে দর্শনাৰ্থীৰ বাবে খোলা হোৱা নাই মন্দিৰৰ দুৱাৰ। আনহাতে অম্বুবাচী নিবৃত্তিৰ পৱিত্ৰ মুহূৰ্তত শনিবাৰে সহধৰ্মীনি ৰিণিকি ভূঞা শৰ্মাৰ সৈতে শক্তিপীঠ কামাখ্যা মন্দিৰত পৰিক্ৰমা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যৰ উন্নয়ন আৰু সকলো শ্ৰেণীৰ ৰাইজৰ সুস্বাস্থ্য তথা মংগল কামনা কৰি মা কামাখ্যাৰ আশীষ বিচাৰে মুখ্যমন্ত্ৰীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here