ভাৰতৰ প্ৰসিদ্ধ দৌৰবিদ মিল্ খা সিং ৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 18 June 2021

ভাৰতৰ প্ৰসিদ্ধ দৌৰবিদ মিল্ খা সিং ৰ মৃত্যু

 


#milkha singh#died#covid-19


W7s News,  নিউজ ডেস্ক: ভাৰতৰ প্ৰসিদ্ধ দৌৰবিদ মিল্ খা সিং ৰ মৃত্যু হয়। ক'ভিড-১৯ ৰ জটিলতাৰ বাবে মৃত্যু হয় মিল্ খা সিঙৰ।


মৃত্যুৰ সময়ত প্ৰসিদ্ধ দৌৰবিদগৰাকীৰ বয়স আছিল ৯১ বছৰ। উল্লেখ্য, কিছুদিন পূৰ্বে তেওঁৰ পত্নীৰ ক'ভিডত মৃত্যু হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here