শুকুৰবাৰৰ পৰা বন্ধ থাকির আন্তঃজিলা যাতায়াত ব্যৱস্থা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 19 May 2021

শুকুৰবাৰৰ পৰা বন্ধ থাকির আন্তঃজিলা যাতায়াত ব্যৱস্থা

 




W7s, News, ষ্টাফৰিপোৰ্টাৰ : শুকুৰবাৰৰ পৰা বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা। ৰাজ্যত বিপদজনকভাবে ক'ভিড আক্রান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। সেই অনুসৰি ১৫ দিনৰ বাবে বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here