নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত ২০টা বন্যহস্তীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 13 May 2021

নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত ২০টা বন্যহস্তীৰ মৃত্যু

 



W7S, NEWS, নিউজ ডেস্ক : নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত বজ্ৰপাতৰ ফলত ২০টা বন্যহস্তীৰ কৰুণ মৃত্যুৰ হৈছে । বন্যপ্ৰাণীৰে সমৃদ্ধ আমাৰ বনাঞ্চলৰ বাবে এয়া এক বৃহৎ ক্ষতি বুলি পৰিবেশ কর্মী তথা সচেতন ৰাইজে কোৱাৰ লগতে ইয়াৰ উচিত তদন্ত বিচাৰিছে। এই ঠাই খিনি হস্তি ক'ৰিডৰ বুলি স্থানীয় গাঁওবাসীয়ে সদৰী কৰে। বুধবাৰে নিশা উক্ত অঞ্চলত প্ৰবল বৰষুণ আৰু ব্ৰজপাত পৰে। বন বিভাগে এই ঘটনাৰ তদন্ত কৰিব বুলি জানিব পৰা গৈছে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যক এই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here