বৰোডাত গেইলৰ অভিযন্তা বাবুল ৰাজকোঁৱৰৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 17 May 2021

বৰোডাত গেইলৰ অভিযন্তা বাবুল ৰাজকোঁৱৰৰ মৃত্যু

 




W7s, News, ষ্টাফৰিপোৰ্টাৰ': বৰোডাত কৰ্মৰত গেছ অথৰিটি অৱ ইণ্ডিয়াৰ কনিষ্ঠ অভিযন্তা বাবুল ৰাজকোঁৱৰৰ সোমবাৰে গুজৰাটৰ ষ্ট্ৰাৰলিং হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। তবলাৰ বিশাৰদ তথা বিশিষ্ট সাংস্কৃতিক কর্মী বাবুল ৰাজকোঁৱৰৰ মৃত্যুত জন্মস্থান লাকুৱাৰ লগতে গুজৰাটৰ অসমীয়া অসমীয়া সকলৰ মাজত গভীৰ শোকৰ ছা পৰে।  বিশিষ্ট সংগীত শিল্পী জীনা ৰাজকুমাৰীৰ এক মাত্ৰ ভাতৃৰ মৃত্যুত পৰিয়ালটো মৰ্মাহত হৈ পৰিছে। 

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪২ বছৰ। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, এজনী কন্যা, ভগ্নী বিশিষ্ট সাংস্কৃতিক কর্মী লীনা ৰাজকুমাৰী বৰুৱা আৰু জুৰি ৰাজকুমাৰীৰ লগতে আত্মীয় স্বজনক এৰি যায়। অত্যন্ত ৰঙিয়াল বাবুল ৰাজকোঁৱৰ লাকুৱাত অত্যন্ত জনপ্ৰিয় আছিল। অসম ইঞ্জিনীয়া ৰিংঙ ইনষ্টিটিউটৰ স্নাতক আছিল বাবুল ৰাজকোঁৱৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here