#eid-ul-fitr#friday#assam
W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ ঘোষণা— উত্তৰ পূৰ্বাঞ্চলৰ কোনো স্থানৰ পৰা জোন দেখাৰ খবৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অসমত কাইলৈ ঈদ নহয়। পৰহি অৰ্থাৎ ১৪ মে' হে অসমত ঈদ-উল-ফিতৰ উদযাপন কৰা হ'ব। এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি আলহাজ মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক ইমদাদ হুছেইনৰ। কেন্দ্ৰীয় হিলাল কমিটি অসমে ৰাইজলৈ ইদ-উল-ফিতৰৰ শুভেচ্ছা জনাইছে।
No comments:
Post a Comment