বৃক্ক ৰোগত আক্ৰান্ত হৈ তান্ত্ৰিক তথা কালী সাধক ৰাজীৱ গোস্বামীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 19 May 2021

বৃক্ক ৰোগত আক্ৰান্ত হৈ তান্ত্ৰিক তথা কালী সাধক ৰাজীৱ গোস্বামীৰ মৃত্যু

 





W7s, News, ষ্টাফৰিপোৰ্টাৰ : 

বৃক্কৰ ৰোগত আক্ৰান্ত হৈ তান্ত্ৰিক তথা কালী সাধক ৰাজীৱ গোস্বামীৰ মৃত্যু হৈছে।

 দীৰ্ঘদিনৰ পৰা তেওঁ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷বুধবাৰে তেওঁ  গুৱাহাটীৰ ভেটাপাৰাত থকা নিজ বাসভৱনত তেওঁৰ মৃত্যু হয়।

ৰাজীৱ গোস্বামী নলবাৰীৰ খুদিয়াত থকা মা -মহাকালী আশ্ৰমৰ প্ৰতিস্থপক তথা অধ্যক্ষ আছিল ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here